Log inSign up
Rameswar Teli
22.9K posts
user avatar
Rameswar Teli
@Rameswar_Teli
MP Rajya Sabha, Former Union Minister of State for Petroleum and Natural Gas , Labour and Employment , Government of India.
India
Born August 14
Joined June 2019
538
Following
27.9K
Followers

New to X?

Sign up now to get your own personalized timeline!

Create account

By signing up, you agree to the Terms of Service and Privacy Policy, including Cookie Use.

Terms·Privacy·Cookies·Accessibility·Ads Info·© 2026 X Corp.
Don't miss what's happening
People on X are the first to know.
Log inSign up
  • Rameswar Teli reposted
    user avatar
    Chief Minister Assam
    @CMOfficeAssam
    Jun 21
    Under the leadership of HCM Dr. @himantabiswa, the newly constructed ₹72 crore Madhapur ROB at Duliajan in Dibrugarh is being inaugurated today. The 830-metre bridge will ensure safer and smoother travel, eliminate railway crossing bottlenecks and support the region's
    11K
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 29
    পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰফেসৰ @spsinghbaghelpr ডাঙৰীয়াক আন্তৰিক আদৰণি জনালোঁ।
    00:00
    552
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 27
    माननीय केंद्रीय मंत्री श्री नितिन गडकरी जी को जन्मदिन की हार्दिक शुभकामनाएं 🎉🎂 ईश्वर आपको उत्तम स्वास्थ्य, सुख, दीर्घायु एवं निरंतर सफलता प्रदान करें। आपके दूरदर्शी नेतृत्व एवं राष्ट्र निर्माण तथा आधारभूत संरचना विकास में अमूल्य योगदान से देशभर के लाखों लोग प्रेरित हैं।
    427
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 25
    ভূটানৰ প্ৰধানমন্ত্ৰী @tsheringtobgay ডাঙৰীয়া অসম আগমনৰ সময়ত লোকভৱনত ৰাজ্যপাল @Laxmanacharya54 ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী @himantabiswa -ডাঙৰীয়ায়ে উষ্ণ আদৰণি জনায়। এই সৌজন্যমূলক সাক্ষাৎ ভাৰত–ভূটান বন্ধুত্বৰ দৃঢ়তা আৰু আগন্তুক সহযোগিতা অধিক শক্তিশালী হোৱাৰ আশা প্ৰকাশ কৰে।
    486
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 23
    কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @AjayTamtaBJP ডাঙৰীয়াৰ সৈতে সাক্ষাৎ কৰি বিভিন্ন জনকল্যাণমূলক আৰু উন্নয়নমূলক বিষয়ত ফলপ্ৰসূ আলোচনা কৰাৰ সুযোগ লাভ কৰিলোঁ। তেখেতৰ দিশ-নিৰ্দেশনা আৰু সহযোগিতাই আগন্তুক দিনত উন্নয়নৰ যাত্ৰাক অধিক শক্তিশালী কৰি তুলিব বুলি আশাবাদী।
    380
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 23
    Heartiest birthday wishes to BJP National President Shri @NitinNabin Ji.His dedication towards the party and the nation, heartfelt connection with party workers, and strong leadership continue to inspire everyone.
    344
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 22
    পৱিত্র অসম বিধানসভাৰ বাকৰিত অসমৰ মহামহিম ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ড° @himantabiswa ডাঙৰীয়াৰ সৈতে নৱগঠিত অসম বিধানসভাৰ সদস্যসকলৰ উপস্থিতিত এক গৌৰৱময় মুহূর্ত।
    379
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 21
    অসম বিধান সভাৰ ১৬সংখ্যক মাননীয় অধ্যক্ষ হিচাপে সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হোৱা শ্ৰী@RanjeetkrDass ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
    246
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 21
    যোৱা কালি দিছপুৰস্থিত লোকসেৱা ভৱনত মাননীয় মুখ্যমন্ত্ৰী ড° @himantabiswa ডাঙৰীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত মাননীয় সতীৰ্থ মন্ত্ৰীসকলৰ সৈতে অংশগ্ৰহণ কৰোঁ।
    314
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 20
    #BhupenDaAt100
    user avatar
    Himanta Biswa Sarma
    @himantabiswa
    May 20
    Bhupen Da’s voice became the soul of Assam and echoed across Bharat. As we mark the closing ceremony of Bharat Ratna Dr. Bhupen Hazarika’s birth centenary celebrations, we honour his timeless legacy. Join us at Bharat Mandapam, New Delhi on 8 September 2026. #BhupenDaAt100
    205
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 15
    দ্বিতীয়টো কাৰ্যকালৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা মাননীয় মুখ্যমন্ত্ৰী ড° @himantabiswa দেৱৰ নেতৃত্বাধীন চৰকাৰখনত এগৰাকী কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত আজি নিজৰ কাৰ্যালয়ত ।
    450
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 15
    নতুন দায়িত্ব, নতুন আৰম্ভণি। গুৱাহাটীত মোৰ নতুন কাৰ্যালয়ত পূজা-অৰ্চনাৰ মাজেৰে শুভ আৰম্ভণি। সকলোৰে আশীৰ্বাদ আৰু সহযোগিতাৰে অসমৰ উন্নয়নৰ পথত আগবাঢ়ি যাম। 🙏 @himantabiswa
    00:00
    500
  • user avatar
    Rameswar Teli
    @Rameswar_Teli
    May 12
    Thank you Adarniya Pradhan Mantri @narendramodi ji for your blessings and kind words. I will work tirelessly on your directed path to ensure a Viksit and Surakshit Assam under the leadership of our CM Shri @himantabiswa ji.
    user avatar
    Narendra Modi
    @narendramodi
    May 12
    অসম চৰকাৰৰ মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা বাবে শ্ৰী ৰামেশ্বৰ তেলী, শ্ৰী অতুল বৰা, শ্ৰী চৰণ বড়ো আৰু শ্ৰীমতী অজন্তা নেওগক অভিনন্দন জনাইছো। অসমৰ উন্নয়নৰ যাত্ৰাক অধিক শক্তিশালী কৰিবলৈ তেওঁলোকে কৰিবলগীয়া কাৰ্যৰ বাবে মই শুভকামনা জনাইছো। @Rameswar_Teli @ATULBORA2 @AjantaNeog
    2.2K